ফেচবুকত_ডাইৰেক্ট_লিখাসকলৰ_বাবে

 যদি আপুনি মোবাইলত লিখে, ফোনৰ Google folder টোত Google Keep/ Keep Note নামেৰে এটা এপলিকেছন পাব৷ এইটো নোটপেড (টোকাবহী) ৰ দৰে।

আপুনি ইয়াতে লিখিব পাৰে --------কেতিয়াও নেহেৰাই৷ আপোনাৰ ফোনত যিটো Google account আছে, তাতেই চিৰজীৱন লিংক হৈ থাকিব৷

লিখা সম্পূৰ্ণ হোৱাৰ পিছত, Google Keep ৰ পৰা কপি কৰি আনি ফেচবুকত পেষ্ট কৰি দিলেই হ’ল৷

ফেচবুকত ডাইৰেক্ট লিখোতে ভুলবশতঃ ডিলিট হৈ যাব পাৰে৷

পিছত যদি ফোন সলাবলগীয়াও হয়, নতুন ফোনত সেই একেটা Google account ব্যৱহাৰ কৰিলে আগৰ সকলোবোৰ টোকা আকৌ পাব৷

Comments

Popular posts from this blog

য়ে দিল্লী হে মেৰে য়াৰ

শিশু গল্প:

নেপচুনলৈ