C for কৰোনা

 এই কোভিড-১৯ যুগত কোনেও আশা কৰা নাছিল যে ইংৰাজী "চি" বৰ্ণমালাই আন যিকোনো বৰ্ণমালাৰ তুলনাত সম্পূৰ্ণৰূপে অপ্রতিৰোধ্য ভূমিকা পালন কৰিব...

তলত, "চি" বৰ্ণমালাই অনা পৰিৱৰ্তনৰ সাগৰখন চাওঁ আহক!


Cough

Cold

Corona virus

Covid-19

Case

Confirmed

Confinement  

Contamination 

Containment

Curfew


এই সময়চোৱাৰ দুটা আটাইতকৈ গুৰুতৰ "চি" হৈছে:


Cemetery

Cremation  


বেমাৰটোৰ সাম্ভাব্য প্ৰতিকাৰমূলক ঔষধকেইটো হৈছে


Covaxin,  

Covishield

Chloroquine  আদি।


আটাইতকৈ লেতেৰা সত্যটো হ'ল, কোভিড আৰম্ভ হোৱা দেশখন:


China   (ইয়াতো 'চি')।


এই দুৰ্যোগৰ সময়তেই, আমাৰ জীৱনত আগতে কেতিয়াও গুৰুত্ব নিদিয়া কেইটামান শব্দৰ মহত্ব বুজিবলৈ আৰম্ভ কৰিলোঁ। যেনে -


Cleanliness

Courage

Compliance to the expert advice

Contention to overcome the crisis

Clarity of thought

Co-operation with the fellow beings

Caring for the needy


চাওঁক.......সকলোতে 'চি' !


এতিয়া আমি সকলোৱে অপেক্ষা কৰিছোঁ...


Clearance ৰ বাবে। 


সোনকালেই এই ব্যাধি আমাৰ মাজৰপৰা আতঁৰি যাওঁক।

আহক আমি সকলোৱে আশাবাদী হওঁ। সোনকালেই এই ক'লা ডাৱৰ আতঁৰি নিশ্চিতভাৱে আহক...এটা চিৰস্থায়ী


Cure


তেতিয়ালৈকে সকলোৱে লৈ থাকিব দেই:


C Vitamin 

Calcium 

Crocin   আদি।


🙏ধন্যবাদ 🙏

( সৌজন্য: হোৱাট্চএপ )

Comments

Popular posts from this blog

য়ে দিল্লী হে মেৰে য়াৰ

শিশু গল্প:

নেপচুনলৈ